ক্ষন গণি গণি আজি মৃত্যুৰ অপেখাৰত মই।
নিশ্চাক আছে কিন্তু আজি মাথোঁ এটি যেন যন্ত্ৰ হে মই।
কিয়নো যাক লৈ ৰচিছিলো মই অলেক সপুন, হি এ দেখাই গল মোক মোৰ বাস্তৱৰ দাপোন।
নাই আজি মোৰ জীৱন অত একো বাকী, মই যেন মাথোঁ এটি হলিতা বিহীন চাকি।
এদিন কৈছিলা তুমি মোক যে ধুণু তুমি এ মোৰ জীৱন , কিন্তু আজি তুমি এ তু কৰি গলা মোক নিৰ্জন।
অতি সহজে বাচি ললা তুমি তোমাৰ নিজৰ সপোন, দেখাইগলা মোক মোৰ বাস্তৱৰ দাপোন।
আজি চাকে তোমাৰ জীৱন অত জলিছে ৰঙা নীলা চাকি, আৰু মোৰ জীৱনত অকল অশ্ৰু আৰু বেদনাই বাকী।
নুবোজিলা তুমি সঁচা ভালপোৱা কাক কৈ,
ক্ষন গণি গণি আজি মৃত্যুৰ অপেখাৰত মই।
ক্ষন গণি গণি আজি মৃত্যুৰ অপেখাৰত মই।
পাৰিলে মোৰ মৃত্যু এ হে পাৰিব মোৰ মনৰ পৰা তোমাক অতৰাবলৈ, কামনা কৰা তুমি মই মৰিবলৈ।
কামনা কৰা তুমি মৰিবলৈ।